পৰিভ্ৰমী পক্ষীৰ কলৰৱত প্ৰাণোচ্ছল জামুগুৰিৰ মণ্ট পুখুৰী
অসমৰ প্ৰাকৃতিক সৌন্দৰ্য পৰ্যটকসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। প্ৰাকৃতিক পৰিৱেশত অৱসৰ বিনোদনৰ ইচ্ছাৰে প্ৰতি বছৰে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যটকে অসম ভ্ৰমণৰ পৰিকল্পনা কৰে। বিশ্বনাথ জিলাৰ জামুগুৰিহাটক গ্ৰাম্য পৰ্যটনৰ কেন্দ্ৰ ৰূপে গঢ়ি তোলাৰ প্ৰচুৰ সম্ভাৱনা আছে। এই ক্ষেত্ৰত জামুগুৰিহাটৰ বৰভগীয়া গাঁৱৰ ঐতিহাসিক মন্ট পুখুৰীলৈ অহা হাজাৰ-হাজাৰ পৰিভ্ৰমী চৰাইৰ জাকে পৰ্যটকসকলৰ মনত এক সুকীয়া আনন্দ সৃষ্টি কৰাৰ পূৰ্ণ […]


